Anganwadi Workers Protest: অংগনৱাড়ী কৰ্মীৰ নিৰাপত্তাৰ দাবীত কলগাছিয়াত প্ৰতিবাদ

By

Published : Jul 21, 2022, 9:20 AM IST

thumbnail

কলগাছিয়াত CITU ৰ নেতৃত্বত অংগনৱাড়ী কৰ্মীসকলৰ প্ৰতিবাদ (Protest by anganwadi workers led by CITU in Kalgachia) । এগৰাকী কৰ্মৰত অংগনৱাড়ী কর্মীক শাৰীৰিক ভাৱে অপদস্ত কৰা দুস্কৃতিকাৰীক শাস্তিৰ দাবীত কৰ্মীসকলৰ প্ৰতিবাদী কাৰ্যসূচী(Protest of anganwadi workers demanding punishment)। বৰপেটা জিলাৰ ৰূপহী ICDS ৰ অন্তৰ্গত ৪২ নং মনাকচা অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী জাহানাৰা খাতুনক ইউনিফৰ্ম বিতৰণক কেন্দ্ৰ কৰি ১৬ জুলাই তাৰিখে একাংশ দুস্কৃতিকাৰিয়ে শাৰীৰিক ভাৱে অপদস্ত কৰিছিল । সেয়ে দোষীক উপযুক্ত শাস্তিৰ দাবী তথা কৰ্মীসকলৰ নিৰাপত্তাৰ দাবীৰে বুধবাৰে CITU ৰ নেতৃত্বত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু প্ৰকল্প বিষয়াৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.