কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ সৈতে বিশেষ সাক্ষাৎকাৰ-

By

Published : Mar 23, 2021, 5:44 PM IST

thumbnail

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে চৰ্চিত সমষ্টিসমূহৰ ভিতৰত অন্যতম সমষ্টি হৈছে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি ৷ পূৰ্বৰ বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱাক উপেক্ষা কৰি চাবুৱাৰ বিনোদ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাচতে চৰ্চিত হৈ পৰিছে সমষ্টিটো ৷ ইফালে একেটা সমষ্টিতে কংগ্ৰেছে আকৌ যুৱ নেতা মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰি পাৰ কৰিব খুজিছে নিৰ্বাচনী বৈতৰণী ৷ সমষ্টিটোত উদ্যোগ স্থাপনেৰে স্থানীয় লোকক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে সমষ্টিবাসীৰ কাষ চপা মনোজ ধানোৱাৰৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.