কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ধূলিস্যাৎ হ'ব কংগ্ৰেছ: অজন্তা নেওগ

By

Published : Jun 3, 2022, 8:16 AM IST

thumbnail

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন 2022 (KAAC election 2022)ক কেন্দ্ৰ কৰি ৰাজনৈতিক দল তথা নেতা-কৰ্মীৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ ঠায়ে ঠায়ে চলিছে প্ৰচাৰ অভিযান ৷ বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ কঠালগুৰীত 17 নং চ'চাংধেনটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কাচী ৰংপিপীৰহৈ প্ৰচাৰ চলালে বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog campaign for KAAC election 2022) ৷ এই নিৰ্বাচনী প্ৰচাৰ সভাতে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে, এই নিৰ্বাচনত ধূলিস্যাৎ হ'ব কংগ্ৰেছ ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ 26 আসনেই দখল কৰিব বিজেপিয়ে বুলি মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.