সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী উপলক্ষে মঙলদৈত বিভিন্ন কাৰ্যসূচী

By

Published : Nov 5, 2021, 10:53 AM IST

thumbnail

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা(Bhupen Hazarika)ৰ দশম মৃত্যুবাৰ্ষিকী(Death Anniversary) ৷ মৃত্যু তিথিৰ দিনটোত মঙলদৈত তেওঁক শ্ৰদ্ধাঞ্জলি নিবেদনৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । ড৹ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ‘মানুহে মানুহৰ বাবে’ৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে দিনজোৰাকৈ বিভিন্ন কাৰ্যসূচীৰ । চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.