GP Singh in Sonari : সোণাৰি থানাৰ কদৰ্যময় পৰিবেশ দেখি অসন্তুষ্ট জি পি সিং

By

Published : Dec 22, 2021, 5:32 PM IST

thumbnail

চৰাইদেউৰ সোণাৰিত উপস্থিত অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং (Special DGP GP Singh vistis Sonari Police station) ৷ নিয়মীয়া ভ্ৰমণসূচী লৈ বুধবাৰে সোণাৰিত উপস্থিত হয় অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে । সোণাৰি থানাৰ আৰক্ষী সকলৰ লগত মত-বিনিময় কৰাৰ পাছতে থানাৰ চৌহদ পৰিদৰ্শন কৰি আৱৰ্জনাময় পৰিৱেশ দেখি অসন্তুষ্ট হৈ পৰে আৰক্ষী বিষয়াগৰাকী (GP Singh unhappy with trashy environment of Sonari police station) । আনহাতে শতবৰ্ষ গৰকা সোণাৰি থানাৰ পুৰণি গৃহটোৰ সংৰক্ষণ সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি মন্তব্য কৰে আৰক্ষী বিষয়া জি পি সিঙে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.