ই টিভি ভাৰতৰ বাতৰি প্ৰভাৱ: শিৱসাগৰৰ আব্দুল-হামিদালৈ সহায়ৰ হাত !

By

Published : May 11, 2020, 5:52 PM IST

thumbnail

এই বাতৰিয়ে উদঙাইছিল চৰকাৰৰ প্ৰতাৰণা আৰু মিছা প্ৰতিশ্ৰুতিক ৷ এই বাতৰিয়ে হৃদয় স্পৰ্শ কৰিছিল কেবাজনো সুহৃদয়বান লোকৰ ৷ যাৰ বাবে সোমবাৰে শিৱসাগৰৰ নগৰৰ দাঁতিত লাগি থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ আব্দুল-হামিদাৰ ভঙা পঁজাত পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল বিভিন্ন জন লোক ৷ কিন্তু এনে সহায় সাময়িক আৰু খন্তেকীয়া। আব্দুল-হামিদাৰ পৰিয়ালক প্ৰকৃত সহায় কৰাৰ ক্ষমতা আছে কেৱল চৰকাৰ অথবা প্ৰশাসনৰ। শাসনাধিষ্ঠিত চৰকাৰৰ আঁচনিয়ে ঢুকি পাব নে আব্দুলৰ পৰিয়ালটোক ? বৰ্তমানেও সেয়া এক বৃহৎ প্ৰশ্ন ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.