পাঁচদিনীয়া কাৰ্যসূচীৰে বাক্সাত আৰম্ভ শ্ৰী শ্ৰী শ্যামা পূজা

By

Published : Nov 4, 2021, 8:56 PM IST

thumbnail

বৃহস্পতিবাৰৰে পৰা বাক্সা জিলাৰ চাউলকাড়া-নিকাছি আঞ্চলিক শ্ৰী শ্ৰী শ্যামা পূজা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় ৷ পূজাস্থলীৰ মন্দিৰৰ দ্বাৰ উন্মোচন কৰে ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে ৷ তেওঁৰ লগত সংগ দিয়ে বিটিচিৰ ই.এম. ঘনশ্যাম দাসে ৷ চাওঁ আহক শ্যামা পূজাৰ বিশেষ কাৰ্যসূচী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.