10 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ বিতৰ্কিত আৰক্ষী বিষয়া ৰৌণক আলি হাজৰিকা

By

Published : Oct 6, 2021, 7:11 PM IST

thumbnail

10 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল ৰৌণক আলি হাজৰিকাক ৷ আগন্তুক দহ দিনত ৰৌণক আলিক জেৰা কৰাৰ লগতে বিভিন্ন স্থানত তালাচি চলোৱা হ'ব বুলি জানিবলৈ দিছে CM Vigilanceৰ তদন্তকাৰী বিষয়া হিতেশ ঠাকুৰীয়াই ৷ ইফালে ৰৌণক আলীৰ অধিবক্তা পল্লৱ কটকীয়ে কয় যে, তেওঁৰ জামিনৰ বাবে আবেদন কৰিছে । এই আবেদনৰ শুনানিৰ বাবে ১৬ নবেম্বৰ তাৰিখ ধাৰ্য কৰা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.