ৰিয়ান পৰাগৰ সফলতাত পিতৃৰ প্ৰতিক্ৰিয়া

By

Published : Apr 26, 2019, 2:54 PM IST

thumbnail

সন্তান ৰিয়ান পৰাগৰ প্ৰদৰ্শনত উৎফুল্লিত পিতৃ পৰাগ দাস । ৰিয়ান পৰাগৰ ক্ৰিকেট জীৱনৰ আৰম্ভণিৰ পৰা বৰ্তমানৰ সফলতা আৰু ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে সকলো বিৱৰণ দাঙি ধৰিলে পৰাগ দাসে । সমগ্ৰ ক্ৰিকেট প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰা ৰিয়ানৰ পিতৃ তথা প্ৰাক্তন ক্ৰিকেটাৰ পৰাগ দাসে ইটিভি ভাৰতৰ সৈতে এই আছুতীয়া সাক্ষাৎকাৰত কি ক’লে চাওঁক ....

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.