ছেঞ্চুৰী পাৰ হ’ল পেট্ৰলৰ মূল্য: ৰামেশ্বৰ তেলীৰ অদ্ভূত যুক্তি

By

Published : Oct 11, 2021, 8:37 PM IST

thumbnail

পেট্ৰলৰ মূল্যবৃদ্ধিক লৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ অদ্ভূত যুক্তি ৷ কভিড ভেকচিনৰ পইচা উলিয়াবলৈকে মূল্যবৃদ্ধি কৰা হৈছে পেট্ৰলৰ ৷ তেলতকৈ পানীৰহে দাম বেছি বুলি কৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মূল্যবৃদ্ধিৰ ওপৰত কৰিলে বিশ্লেষণ ৷ তেলীয়ে কৰা এই উদ্ভত মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বিৰুধীৰ লগতে বিভিন্ন দল সংগঠন তথা সৰ্বসাধাৰণ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.