অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ'ম: ৰমাকান্ত দেউৰী

By

Published : Mar 10, 2021, 2:14 PM IST

thumbnail

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে সকলো ৰাজনৈতিক দল আৰু ৰাজনৈতিক নেতা ৷ বুধবাৰে প্ৰায় ৪০ হাজাৰ সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৮০ নং মৰিগাঁও বিধান সভা সমষ্টিৰ পৰা অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত বিজয়ী হ'ব বুলি ইটিভি ভাৰতৰ আগত মন্তব্য কৰে ৰমাকান্ত দেউৰীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.