ইটিভি ভাৰতৰে অভিনেতা ৰবি শৰ্মাৰ বিশেষ সাক্ষাৎকাৰ...

By

Published : Sep 18, 2021, 2:15 PM IST

thumbnail

মাছৰ জোল খাব বিচৰা শিল্পীসকলহে বিচলিত হৈছে ‘কা’ (CAA) আন্দেলনৰ পৰা ৷ এছ অ’ পি (SOP)ৰ নামত বৈষম্যৰ আশ্ৰয় লৈছে চৰকাৰে ৷ নিয়ম-কানুন সকলো ক্ষেত্ৰতে সকলোৰে বাবে সমান হ’ব লাগে ৷ এককালীন সাহায্যৰ কিয় বিৰোধিতা কৰে ৰবি শৰ্মাই ? চৰকাৰলৈ কি অনুৰোধ ৰবি শৰ্মাৰ ? ইটিভি ভাৰতৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত কেইবাটাও মন্তব্য আগবঢ়ালে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ৷ সবিশেষ চাওক আমাৰ এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.