পশ্চিম বিলাসীপাৰাত বান সাহায্যৰ নামত দুৰ্নীতি

By

Published : Jul 22, 2019, 10:29 AM IST

thumbnail

জিলা প্ৰশাসনে বান সাহায্য যোগান ধৰাৰ সময়তে পশ্চিম বিলাসীপাৰাৰ কাজাইকাটা গাঁও পঞ্চায়তত সংঘটিত হৈছে দুৰ্নীতি ৷ এই সন্দৰ্ভত উত্থাপিত অভিযোগৰ ভিত্তিত ৰাজহ চক্ৰ বিষয়া ছৰফৰাজ হকৰ নেতৃত্বত আৰক্ষীয়ে চলায় এক অভিযান ৷ অভিযানকাৰী দলটোৱে পঞ্চায়তৰ সভাপতি মফিজ উদ্দিন সেখৰে চোৰাং কৈ মজুত ৰখা ১১বস্তা চাউল , ২৬ বস্তা পশু খাদ্য , আৰু ১ বস্তা দাইল জব্দ কৰিবলৈ সক্ষম হয়৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.