গৰুখুঁটি কাণ্ডৰ বিৰুদ্ধে গৌৰীসাগৰত প্ৰতিবাদ

By

Published : Sep 30, 2021, 2:06 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে গৰুখুঁটিৰ উচ্ছেদ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গৰুখুঁটিৰ উচ্ছেদ কাণ্ডৰ বিৰোধিতাৰে বুধবাৰে অসম গণ পৰিষদ আমগুৰি বিধান পৰিষদৰ উদ্যোগত গৌৰীসাগৰত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.