Land Grabbing Allegation: ৰাজহ মন্ত্ৰীয়ে ক’লে, মুখ্যমন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন

By

Published : Dec 9, 2021, 8:43 PM IST

thumbnail

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে দুটাকৈ প্ৰতিষ্ঠানে উত্থাপন কৰা বেআইনীভাবে ভূমি দখলৰ অভিযোগ(Land grabbing allegation against CM family) পোনচাটেই নাকচ কৰিলে ৰাজ্যৰ ৰাজহ মন্ত্ৰীগৰাকীয়ে ৷ বৃহস্পতিবাৰে ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পত উপস্থিত হৈ ৰাজহ মন্ত্ৰী যোগেন মহনে(Revenue Minister Jogen Mahan) সাংবাদিকৰ প্ৰশ্নোত্তৰত কয় যে, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ লগতে আন ঘনিষ্ঠৰ বিৰূদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন ৷ এয়া বিৰোধীৰ ষড়যন্ত্ৰমূলক কথা বুলিহে অভিহীত কৰিলে ৰাজ্যৰ ৰাজহ মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.