যোৰহাটৰ শ্ল'গান ধাবাত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Nov 5, 2021, 9:23 PM IST

thumbnail

যোৰহাটৰ চোলাধৰা শাস্ত্ৰীপীঠৰ শ্ল'গান ধাবাত ভয়ংকৰ অগ্নিকাণ্ড ৷ প্ৰথমে আতচবাজীৰ পৰা অগ্নিৰ সূত্ৰপাত, তাৰ পাচত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ধাবাখনত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ উক্ত অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হয় ধাবাখন ৷ পৰৱৰ্তী সময়ত যোৰহাটৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে যদিও অগ্নিকাণ্ডত লক্ষাধিক টকা সা-সম্পত্তি ভস্মীভূত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.