মাজুলীত আছুৰ জোঁৰ সমদলত আৰক্ষীৰ বাধা

By

Published : Jan 22, 2021, 7:50 PM IST

thumbnail

নাগৰিকত্ব সংশোধনী আইন EIA বাতিলৰ দাবীত শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ মাজুলী জিলা ছাত্ৰ সন্থাৰ দ্বাৰা উলিওৱা এই জোঁৰ সমদল কাৰ্যসূচীত মাজুলিৰ প্ৰায় শতাধিক আছু কৰ্মীয়ে যোগদান কৰে ৷ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ আনহাতে, দৰিয়া পাৰৰ পৰা আৰম্ভ কৰা এই জোঁৰ সমদলত বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.