মহা অষ্টমীৰ দেৱী বন্দনাৰে মুখৰ হোজাইৰ পূজাথলী

By

Published : Oct 13, 2021, 5:16 PM IST

thumbnail

মহা অষ্টমীৰ দেৱী বন্দনাৰে মুখৰ হোজাই ৷ ক'ভিড সংক্ৰমণৰ আশংকা থাকিলেও চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে দুৰ্গা পূজাৰ আনন্দ ৷ ক'ভিডৰ বাবে পূৰ্বৰ আড়ম্বৰপূৰ্ণতা নাই যদিও আধ্যাত্মিকতা আৰু উৎসৱমুখৰ পৰিৱেশেৰে জীপাল হৈ উঠিছে পূজাথলীসমূহ ৷ ক'ভিড বিধি মানি হোজাইৰ পূজাথলীলৈ ওলাই আহিছে ভক্তপ্ৰাণ ৰাইজ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.