টীয়কৰ ঐতিহাসিক হিন্দু ধৰ্মোৎসৱ সংঘৰ মন্দিৰত মহাষ্টমী পূজা

By

Published : Oct 13, 2021, 4:05 PM IST

thumbnail

মহাষ্টমী(Maha Ashtami)ৰ দিনা আয়তীসকলৰ গোঁসানী নামেৰে মুখৰিত হ’ল টীয়কৰ ঐতিহাসিক হিন্দু ধৰ্মোৎসৱ সংঘৰ মন্দিৰ ৷ স্বাভাৱিকতে পুৱাৰে পৰা প্ৰতিখন পূজা মণ্ডপত ভক্তৰ সমাগম ঘটিছে আৰু পৃথিৱীৰ পৰা যাতে আসুৰিক শক্তিসমূহ নাশ হয়, সেই কামনাৰ্থে দেৱী দূৰ্গাৰ চৰণত সকলোৱে সেৱা লৈছে । শতায়ু গৰকা হিন্দু ধৰ্মোৎসৱ সংঘৰ পূজা মন্দিৰত পুৱাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে । সম্পূৰ্ণ বৈদিক নীতি-নিয়মেৰে অষ্টমী পূজা কৰিছে ভক্তসকলে । চাওক মহাষ্টমী পূজাৰ পৰা সংবাদদাতা সাৰংগপাণি শইকীয়াৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.