যোৰহাটত দুৰ্গা প্ৰতিমাৰ অন্তিম পৰশত ব্যস্ত মৃৎ শিল্পী

By

Published : Oct 10, 2021, 10:23 AM IST

thumbnail

আজি পঞ্চমী । কাইলৈ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাৰ প্ৰতিমা । যোৰহাট জিলাৰ পূৱ প্ৰান্তৰ আশালতা শিল্প মন্দিৰতো চলিছে দুৰ্গা পূজা(Durga Puja)ৰ ব্যাপক প্ৰস্তুতি । গোঁসানীৰ প্ৰতিমাত অন্তিম পৰশ দিছে মৃৎ শিল্পীসকলে ৷ যোৰহাট তথা ইয়াৰ চুবুৰীয়া অঞ্চলৰ প্ৰায় দহখন পূজা মণ্ডপৰ প্ৰতিমা এই শিল্প মন্দিৰত নিৰ্মাণ কৰি থকা হৈছে ৷ পুৱাৰে পৰাই শিল্পীসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত চাওক শিল্প মন্দিৰৰ পৰা সংবাদদাতা সাৰংগপাণি শইকীয়াৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.