লখিমপুৰত দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্রীয় লাচিত দিৱসৰ আয়োজন

By

Published : Nov 23, 2021, 5:06 PM IST

thumbnail
()

লখিমপুৰত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে কেন্দ্ৰীয় লাচিত দিৱস (Lachit Divas Organize in Lakhimpur) ৷ বীৰ লাচিত সেনা (Bir Lachit Sena) ৰ উদ্যোগত নগৰৰ ত্যাগক্ষেত্ৰত বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে লাচিত দিৱস । এই কাৰ্যসূচীত সাহিত্য-সংস্কৃতিৰ পৰা জাতীয় জীৱনৰ বহু বিশিষ্ট ব্যক্তিৰ সৈতে লক্ষাধিক লোকৰ সমাৱেশ ঘটিব ৷ বুধবাৰে লাচিত দিৱসৰ দিনা অসম বিৰোধী, অসমীয়া ভাষা বিৰোধী চক্ৰলৈ কঠোৰ সকীয়নি প্ৰদান কৰা হ’ব । লগতে সাংস্কৃতিক কাৰ্যসূচীত ৰাজ্যৰ বহুকেইগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.