কাকপথাৰত স্বাধীনতা দিৱস উপলক্ষে উলিওৱা হ’ল চাইকেল ৰেলী

By

Published : Aug 15, 2021, 9:30 PM IST

thumbnail

দেওবাৰে সমগ্ৰ দেশে উদযাপন কৰিলে 75 সংখ্যক স্বাধীনতা দিৱস ৷ কাকপথাৰতো স্বাধীনত দিৱসৰ সৈতে সংগতি ৰাখি উলিওৱা হয় চাইকেল ৰেলী ৷ কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰাংগণত ভাৰতীয় জনতা যুৱ মৰ্চাৰ শদিয়া জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় চাইকেল ৰেলী ৷ এই চাইকেল ৰেলীত ভাগ লয় কাকপথাৰৰ বিধায়ক বলিন চেতিয়াই ৷ কাকপথাৰ চহৰৰ মাজেদি প্ৰায় 5 কিলোমিটাৰ ভ্ৰমণ কৰে সমদলকাৰী দলটোৱে ৷ এই চাইকেল ৰেলীত বিজেপি কৰ্মী, ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.