মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন

By

Published : Aug 15, 2021, 9:33 PM IST

thumbnail

সমগ্ৰ দেশৰ লগতে মাজুলী জিলাৰ গড়মূৰ কাছাৰী ময়দানত সম্পূৰ্ণ ক'ভিড প্ৰট’কল মানি উলহ-মালহৰে দেওবাৰে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । মাজুলী জিলাৰ কছাৰী ময়দানত আয়োজন কৰা স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে । পতাক উত্তোলন কৰি তেওঁ দিয়া ভাষণত মাজুলীৰ সামগ্ৰিক উন্নয়ন সম্পৰ্কে কিছু আভাস দাঙি ধৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.