ভাৰত বন্ধ : নলবাৰীত প্ৰতিবাদকাৰীক আটক

By

Published : Sep 27, 2021, 12:30 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো কৃষি আইন(Farm Law) বাতিলৰ দাবীৰে কেইবাটাও সংগঠনে জনোৱা ভাৰত বন্ধ(Bharat Bandh)ৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । ভাৰত বন্ধৰ বাবে চহৰখনৰ মাজমজিয়াৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰে ৷ সোমবাৰে পুৱা বন্ধ সফল কৰাৰ বাবে হাতে হাতে প্লে’ কাৰ্ড লৈ ওলাই আহিল প্ৰতিবাদকাৰী । চহৰত প্ৰতিবাদকাৰীসকলে সমদল বাহিৰ কৰাৰ পাচতে কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰে নলবাৰী আৰক্ষীয়ে(Nalbari Police) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.