ডিব্ৰুগড়ৰ বগীবিলত ২০০০ কাৰ্টুন অৰুণাচলী সুৰা জব্দ

By

Published : Sep 25, 2021, 10:37 PM IST

thumbnail

ডিব্ৰুগড়ত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা । ডিব্ৰুগড়ৰ বগীবিলৰ পৰা দুখন সুৰা ভৰ্তি ট্ৰাক জব্দ আবকাৰী বিভাগৰ । AS-09AC-5833 আৰু HR-55N-7532 নম্বৰৰ ট্ৰাক দুখনৰ পৰা জব্দ ২০০০ কাৰ্টুন অৰুণাচলী সুৰা । নাহৰলগুণৰ পৰা ৰঙিয়ালৈ নি থকা অৱস্থাত আৱকাৰী বিভাগে চলোৱা অভিযানত জব্দ এই বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা । এই জব্দকৃত অৰুণাচলী সুৰাখিনিৰ মূল্য অৰুণাচলত ১৬ লাখ টকা আৰু অসমত ২৭ লাখ টকাৰ হ'ব বুলি অনুমান কৰিছে আবকাৰী বিভাগে । ট্ৰাক দুখনৰ লগতে বি. দত্ত আৰু স্বপ্নাম সিং নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আবকাৰী বিভাগে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.