ভুল ৰাস্তাৰে মাইনাক লগ কৰিবলৈ আহি প্ৰেমিক সোমাল ৰঙাঘৰত

By

Published : Oct 7, 2021, 6:27 PM IST

thumbnail

ম’বাইল প্ৰেমে ঘোৰ অমানিশা নমাই আনিলে এগৰাকী বোৱাৰীৰ জীৱনলৈ ৷ প্ৰেমিকাক লগ কৰিবলৈ আহি ঘৰৰ ভিতৰত অসংযত কাৰ্যত লিপ্ত হ'ল এজন যুৱক ৷ ঘটনাটো সংঘটিত হৈছে কামপুৰ চাংচকীত ৷ অসংযত অৱস্থাত স্থানীয় লোকে হাতে লোটে ধৰি প্ৰেমিকক গতালে আৰক্ষীক ৷ জানিবপৰা মতে, মৰিগাঁও জিলাৰ চৰাইবাহীৰ ৰাতুল হীৰা নামৰ যুৱকজনৰ সৈতে কামপুৰ চাংচকীৰ এগৰাকী বোৱাৰীৰ ম’বাইলতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ৷ কৰ্মসূত্ৰে বেংগালুৰুত থকা প্ৰেমিক ৰাতুলে প্ৰেমিকাক লগ কৰিবলৈ আহি সোমাব লগা হ’ল লক্ আপত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.