BARMIS SUPARI ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

By

Published : Nov 14, 2021, 5:05 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট । এক গোপন সূত্ৰৰ ভিত্তিত লাভ কৰা তথ্য অনুসৰি, শনিবাৰে নিশা কৰিমগঞ্জৰ চূড়াইবাৰীত এখন ট্ৰাকৰ পৰা কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰে 312 বস্তা বাৰ্মিজ চুপাৰি । লগতে আৰক্ষীয়ে আটক কৰে ট্ৰাক চালক ৰাজকুমাৰ ঠাকুৰ নামৰ এজন লোকক ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় 80 লাখ টকা ৷ প্ৰাপ্ত তথ্য অনুসৰি, ইতিমধ্যে বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.