ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাত উপস্থিত থাকি কি ক'লে মুখ্যমন্ত্ৰীয়ে ?

By

Published : Sep 11, 2021, 9:52 PM IST

thumbnail
()

অহা ২২ আৰু ২৩ ছেপ্টেম্বৰত ঐতিহাসিক ৰজা দুৱাৰত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ সভাখন অনুষ্ঠিত হ'ব ৷ ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ৷ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.