গহপুৰত শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মৃত্যুবাৰ্ষিকী উদযাপন

By

Published : Sep 20, 2020, 6:22 PM IST

thumbnail

আজি 20 ছেপ্তেম্বৰ ৷ স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মৃত্যুবাৰ্ষিকী ৷ দুয়োগৰাকী স্বাধীনতা সংগ্ৰামীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে গহপুৰ বঙাবাৰীস্থিত তেঁওলোকৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধায়ক উৎপল বৰাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.