বিলাসীপাৰাত বৃহত্‍ পৰিমাণৰ বিলাতী সুৰা-চুলাই মদ জব্দ

By

Published : Aug 7, 2021, 8:44 AM IST

thumbnail

বিলাসীপাৰাৰ মহকুমা আবকাৰী বিভাগে (Excise Department)শুকুৰবাৰে নিশা সুৰাৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা(Illegal Liquor) আৰু চুলাই মদ(Sulai Mod) জব্দ কৰে ৷ আবকাৰী বিভাগে চহৰখনৰ বড়োগ্ৰাম, ৰঞ্জিত নগৰ আৰু মাছপাৰা অঞ্চলত চলায় এই অভিযান ৷ অভিযানৰ সময়ত আবকাৰী বিভাগে প্ৰায় পাঁচ বাকচ অবৈধ বিলাতী সুৰা(Illegal Liquor) আৰু ১৫ লিটাৰ চুলাই মদ(Sulai Mod) জব্দ কৰে । আবকাৰী বিষয়াসকলে চোৰাংকৈ বিলাতী সুৰা মজুত কৰি ৰখা এজন ব্যৱসায়ীক আটক কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.