মুখ্যমন্ত্ৰীৰ বেদখল বিৰোধী স্থিতিৰ সমৰ্থনত মঙলদৈত জন জাগৰণ যাত্ৰা

By

Published : Oct 1, 2021, 9:08 PM IST

thumbnail

মঙলদৈত সচেতন ঐক্য মঞ্চৰ জন জাগৰণ যাত্ৰা ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বেদখল বিৰোধী পদক্ষেপৰ সমৰ্থনত এই জনজাগৰণ যাত্ৰা উলিয়াই ৷ দৰং জিলাৰ গৰুখুটি ধলপুৰত চৰকাৰে যি উচ্ছেদ অভিযান আৰম্ভণি কৰিছে সেই অভিযানৰ সমৰ্থনত শুকুৰবাৰে মঙলদৈ চহৰৰ মাজেৰে শোভাযাত্ৰা কৰি চৰকাৰৰ পদক্ষেপক সমৰ্থন জনালে সচেতন ঐক্য মঞ্চই ৷ সচেতন ঐক্য মঞ্চই অসমৰ সকলো ঠাইৰ পৰা অবৈধ নাগৰিক সকলৰ উচ্ছেদ কৰি খিলঞ্জীয়াৰ স্বাৰ্থত সকলোবোৰ অবৈধ বেদখল উচ্ছেদ কৰিবলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.