পুনৰ উচ্ছেদ অভিযান চলিব লাহৰিজানত

By

Published : Jan 3, 2022, 5:10 PM IST

thumbnail

ডিফুত এক সংবাদ মেল অনুষ্ঠিত কৰি লাহৰিজানৰ দুদু কলনিত অলপতে হৈ যোৱা উচ্ছেদ অভিযানত (Eviction at Laharijan) সকলোৰে সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (KAAC chief Tuliram Ronghang) ৷ লাহৰিজানৰ খান বস্তিতো চলিত মাহতে পুণৰ উচ্ছেদ অভিযান চলোৱা হ’ব বুলি সংবাদ মেলত সদৰি কৰে তুলিৰাম ৰংহাঙে ৷ পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগৰ বিভাগীয় কৰ্তপক্ষৰ সৈতে আলোচনাত বহি খান বস্তিত কিমান লোকৰ পট্টা আছে আৰু কিমান লোকৰ নাই তাক নিশ্চিত কৰি খান বস্তিত বসতি স্থাপন কৰা অবৈধ বেদখলকাৰীক ১৫ দিনৰ বাবে জাননী জাৰি কৰি উচ্ছেদ কৰা হব বুলি মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.