অফলামুখ পাৰঘাটত এটা ইঞ্জিনযুক্ত ফেৰী বন্ধ পূৱ মাজুলী আছুৰ

By

Published : Sep 9, 2021, 10:35 AM IST

Updated : Sep 9, 2021, 1:27 PM IST

thumbnail

বুধবাৰে মাজুলীৰ নিমাতীঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাক(Ferry Accident) লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত ৷ দুৰ্ঘটনাৰ পাচতে শংকিত হৈ অফলামুখ পাৰঘাটত এটা ইঞ্জিনযুক্ত ফেৰী বন্ধ কৰিলে পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই(East Majuli AASU) ৷ ফেৰী বন্ধ কৰাৰ পাচতে পাৰঘাট পাৰাপাৰ হ’বলৈ ৰৈ আছে শতাধিক যাত্ৰী ৷ চাওক এই প্ৰতিবেদন...

Last Updated : Sep 9, 2021, 1:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.