ৰাজ্যৰ চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি

By

Published : Oct 1, 2021, 9:49 PM IST

thumbnail

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন ৷ শংখ, ঘন্টা, বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হ'ব ৰাজ্যৰ আকাশ-বতাহ ৷ দুৰ্গা পূজাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ মৃৎ শিল্পীসকলৰ ৷ দিনে নিশাই ব্যস্ত হৈ পৰিছে শিল্পী সকল । এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.