সুৰাপায়ী আৰক্ষীয়ে কৰিলে উদ্ভণ্ডালি: চিনাকি দি ক’লে মই IPS

By

Published : Nov 16, 2021, 10:29 PM IST

thumbnail

সোমবাৰে নিশা প্ৰায় ১১:৩০ বজাত তেজপুৰৰ গাৰোৱানপট্টী অঞ্চলত এজন আৰক্ষীৰ লোকে সুৰামত্ত অৱস্থাত প্ৰদৰ্শন কৰা উদ্ভণ্ডালিয়ে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অভিযোগ অনুসৰি, তেজপুৰ সদৰ থানাৰ অন্তৰ্গত গাৰোৱানপটি ,অঞ্চলটোৰ এটা পৰিয়ালৰ বাসগৃহৰ চৌহদত প্ৰৱেশ কৰি তেজপুৰত কৰ্মৰত আৰক্ষী পংকজ শইকীয়াই নিজকে আইপিএছ বিষয়া বুলি পৰিচয় দি কৰে মাতলামি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.