নীলমনি ফুকনে জ্ঞানপীঠ লাভ কৰাতো অতিকৈ আনন্দ আৰু উৎসাহৰ বতৰা: ড০ নগেন শইকীয়া

By

Published : Dec 8, 2021, 7:49 PM IST

thumbnail
()

প্ৰখ্যাত সাহিত্যিকদ্বয় ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মামণি ৰয়ছম গোস্বামীৰ পিছত তৃতীয়গৰাকী অসমীয়া হিচাপে বিশিষ্ট কবি নীলমণি ফুকন "জ্ঞানপীঠ বঁটা"(Jnanpith Award to Nilmani Phookan)ৰ বাবে নিৰ্বাচিত হোৱাত সন্তোষ ব্যক্ত কৰিছে প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়া(Dr Nagen Saikia reaction on Jnanpith Award)ই । বিশিষ্ট সাহিত্যিকগৰাকীৰ এই খবৰ অসমীয়া সাহিত্য জগতৰ বাবে অতিকৈ আনন্দ আৰু উৎসাহৰ বতৰা বুলি উল্লেখ কৰে । তেওঁ কাব্যঋষি নীলমণি ফুকনক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি কবিগৰাকীয়ে অসমীয়া ভাষাত লিখা কবিতাই ভাৰতীয় সাহিত্যক সমৃদ্ধ কৰি আহিছে বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.