ধেমাজিৰ জোনাইত আজিও একে আছে বান পৰিস্থিতি

By

Published : Jul 17, 2019, 3:02 PM IST

thumbnail

জোনাই ১৭ জুলাইঃ ধেমাজি জিলা জোনাই মহকুমাত আজিও উন্নত হোৱা নাই বান পৰিস্থিতি ৷ জোনাই মহকুমা প্ৰশাসনে চিয়াং নদীৰ বানত আবদ্ধ হৈ থকা বেৰাচাপৰি অঞ্চলৰ সোনোৱাল কাঠনি, চুতীয়া চুক, ৰাভা কাঠনি, হাজং, ১ নং ৰাভা কাঠনি, ২ নং ৰাভা কাঠনি ওৰাং গাঁৱৰ প্ৰায় শতাধিক বন্যাৰ্তক উদ্ধাৰ কৰি জোনাই বালিকা এম ই স্কুলত স্থাপন কৰা আশ্ৰয় শিবিৰত ৰখাৰ ব্যৱস্থা কৰে ৷ মালভোগ ওৰাঙৰ অৰ্ধশতাধিক লোকক উদ্ধাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত ৰখা হৈছে |

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.