Eviction Drives: নিজে বেদখল ভূমি এৰিলে ধলপুৰৰ ৮৫ টা পৰিয়ালে

By

Published : Nov 12, 2021, 10:55 PM IST

Updated : Nov 13, 2021, 2:16 PM IST

thumbnail

গৰুখুটি ১ নং ধলপুৰৰ বেদখলকাৰীয়ে নিজেই ভাঙি লৈ গ’ল ঘৰ ৷ গৰুখুটিৰ উচ্ছেদৰ পৰৱৰ্তী পৰ্যায়ত প্ৰশাসনে জাৰি কৰা নিৰ্দেশৰ প্ৰতি সহাঁৰি জনাই বেদখলকাৰী সকল ৰাওনা হৈছে প্ৰশাসনে নিৰ্ধাৰিত কৰি দিয়া ঠাইলৈ ৷ প্ৰশাসনে নিধাৰণ কৰি দিয়া নিদিষ্ট ঠাইলৈ ৰাওনা হৈছে গৰুখুটিৰ মাজৰচুবাৰ ৮৫ টা বেদখলকাৰী পৰিয়াল ৷ বাতৰি সংগ্ৰহ কৰা সময়লৈকে 33 টা পৰিয়ালে নিদিষ্ট ঠাইত ইতিমধ্যে সংস্থাপিত হৈছে ৷

Last Updated : Nov 13, 2021, 2:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.