Corruption in Revenue Department : কেমেৰাত বন্দী অবাধ দুৰ্নীতি

By

Published : Dec 2, 2021, 8:10 PM IST

thumbnail

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত হেঙালপাৰাত চলিচে এখন ৰাজহ আদালত ৷ ৰাইজৰ সুবিধাৰ্থে চলিছে এখন ৰাজহ আদালত ৷ কোনোবা আহিছে ৰাজহ দিবলৈ, কোনবা আহিছে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিবলৈ ৷ পিছে সমস্যা লৈ অহা লোকে ধন নিদিলে মূৰ টুলিয়েই নাচায় কোনেও ৷ দালাল-ৰাজ নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma against corruption in office)ই লোৱা সকলো প্ৰচেষ্টাক নাকচ কৰি এচামে ধনৰ লেন-দেন কৰাৰ দৃশ্য বন্দী হ’ল কেমেৰাত(bribing in front of camera) ৷ চাওঁ আহক ঘটনাৰ সবিশেষ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.