চাপাখোৱা পাৱাৰ গ্ৰীড উপকেন্দ্ৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

By

Published : Oct 4, 2021, 7:28 PM IST

thumbnail

চাপাখোৱা পাৱাৰ গ্ৰীড উপকেন্দ্ৰৰ শুভ উদ্বোধন আৰু ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমিপট্টা বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে শদিয়াত উপস্থিত হৈ ভাৰত চৰকাৰ আৰু বিশ্ববেংক পুঁজিৰ দ্বাৰা এন.ই.আৰ.পাৱাৰ ছিষ্টেম ইমপ্ৰুভমেন্ট প্ৰজেক্টৰ অধীনত নিৰ্মিত ১৩২/৩৩ কে.ভি, ২×৩১.৫ এম.ভি.এ চাপাখোৱা গ্ৰীড উপকেন্দ্ৰটো শুভ উদ্বোধন কৰে ৷ অনুষ্ঠানত মন্ত্ৰী বিমল বড়া, মন্ত্ৰী যোগেন মহন, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক বলিন চেতিয়া উপস্থিত থাকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.