টোলগেটত প্ৰচণ্ড মাৰপিটৰ ঘটনা, গাড়ীচালকক প্ৰহাৰ কৰ্মচাৰীৰ - Daboka Toll Plaza - DABOKA TOLL PLAZA

🎬 Watch Now: Feature Video

thumbnail
গাড়ী চালকক মাৰপিট কৰাৰ অভিযোগ টোলগেট কৰ্মচাৰীৰ বিৰুদ্ধে (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 3, 2024 at 5:21 PM IST

1 Min Read
Choose ETV Bharat

হোজাই, 3 জুন : টোলগেটত কৰ্মচাৰীৰ গুণ্ডাগিৰি ৷ গাড়ী চালকক মাৰপিট কৰাৰ অভিযোগ টোলগেট কৰ্মচাৰীৰ বিৰুদ্ধে ৷ সামান্য কথাক লৈয়ে এই মাৰপিটৰ ঘটনাৰ সৃষ্টি হয় ৷ হোজাইৰ ডবকা টোলগেটত সংঘটিত হয় এই ঘটনা ৷

হোজাই জিলা ডবকা টোলগেটত দেওবাৰে নিশা প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ চিনেমাৰ কায়দাৰে এজন গাড়ীচালকক মাৰপিট কৰাৰ অভিযোগ টোলগেট কৰ্মচাৰীৰ বিৰুদ্ধে ৷ কিছু সময় ৰৈ থকাক লৈ প্ৰথম অৱস্থাত সামান্য তৰ্কাতৰ্কিৰ সৃষ্টি হৈছিল ৷ কিন্তু পিচলৈ তৰ্কই চূড়ান্ত ৰূপ লোৱাত মাৰপিটৰ দৰে অনাহূত পৰিস্থিতিৰ উদ্ভৱ হয় ৷ ভুক্তভোগী গাড়ীচালকজনে টোলগেটৰ কৰ্মচাৰীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ 

লগতে পঢ়ক : যাত্ৰা কৰোঁতে বাৰম্বাৰ ভাবক, টোল কৰত খালী হ’ব পাৰে পকেট - Toll Tax Rate Increase Expressway

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details