ডিমা হাছাওত বৰদিন পালন

By

Published : Dec 25, 2021, 10:57 PM IST

thumbnail

সমগ্ৰ বিশ্বৰ লগতে শনিবাৰে ডিমা হাছাও জিলাত আনন্দ উচাহৰ মাজতে পালন কৰা হয় বৰদিন(Christmas celebration in Dima Hasao) । হাফলঙৰ লগতে পাহাৰীয়া জিলাখনৰ বিভিন্ন গীৰ্জাত প্ৰাৰ্থনা অনুষ্ঠিত হয় । বিভিন্ন গীৰ্জাঘৰসমূহ কেৰলত মুখৰিত হৈ পৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.