ফেৰী দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Sep 29, 2021, 10:57 PM IST

thumbnail

নিমাতীৰ শোকাৱহ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰাৰ বাসগৃহত বুধবাৰে সন্ধ্যা উপস্থিত হয় মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰী গৰাকীয়ে ইন্দেশ্বৰ বৰাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে মতবিনিময় কৰাৰ পিছতে ইন্দেশ্বৰ বৰাৰ পত্নীক সংস্থাপন দিয়াৰ আশ্বাস দিয়ে ৷ তদুপৰি সংবাদ মাধ্যমৰ আগত ঘূণাসুঁতিত দলং নিৰ্মাণৰ বাবে বৰ্তমান পৰীক্ষা চলি থকাৰো কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.