অখিল গগৈক মানসিক বিকাৰগ্ৰস্ত ব্যক্তি : বিধায়ক বিনোদ হাজৰিকাৰ

By

Published : Oct 21, 2021, 8:29 PM IST

thumbnail

‘ধৈৰ্য কোঁৱৰে অধৈৰ্য কৰা নাই বিজেপিক ৷ থাওৰাত এখনো প্ৰচাৰ সভা চলোৱা নাই ধৈৰ্য কোঁৱৰৰ হৈ ৷ গতিকে থাওৰাত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ জয় নিশ্চিত’ ৷ সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই ৷ আনকি অখিল গগৈক মানসিক বিকাৰগ্ৰস্ত আখ্যা লাহোৱাল সমষ্টিৰ বিধায়ক গৰাকীৰ ৷ সেয়ে অখিল গগৈৰ বিষয়ে একো মন্তব্য নকৰে বিধায়ক বিনোদ হাজৰিকাই ৷ এই বুলি অখিল গগৈক কতাক্ষ কৰে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.