Assam girl selected to ISRO : ৰকেট নিৰ্মাণৰ সপোন পূৰণ হ’ল নাজনিন য়াচমিনৰ

By

Published : Dec 21, 2021, 8:58 PM IST

thumbnail

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ(Indian Space Research Organization) বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে জুৰীয়াৰ নাজনিন য়াচমিনে (Naznin Yasmin selected as ISRO scientist) । ৰকেট নিৰ্মাণৰ সপোন লৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী হিচাপে ইচৰোলৈ যাব নাজনীন য়াছমিন । চাওক য়াচমিনৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.