সপৰিয়ালে ঋষিকেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Dec 29, 2021, 10:25 PM IST

thumbnail

সপৰিয়ালে ঋষিকেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam Chief Minister reached Parmarth Niketan) ৷ স্বামী চিদানন্দ সৰস্বতীৰ নিমন্ত্ৰণ মৰ্মে বুধবাৰে বিয়লি ঋষিকেশৰ পৰমাৰ্থ নিকেতন (Parmarth Niketan of Rishikesh)ত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকী(Himanta Biswa Sarma)য়ে মা গংগাৰ আৰতি কৰে ৷ মুখ্যমন্ত্ৰীগৰাকী পৰমাৰ্থ নিকেতনত উপস্থিত হোৱাৰ পাচতেই স্বামী চিদানন্দ সৰস্বতীয়ে ৰুদ্ৰাক্ষ উদ্ভিদ আৰু ৰুদ্ৰাক্ষৰ মালাৰে আদৰণি জনায় ৷ ঋষিকেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সৈতে আছিল সপত্নীক পিযুষ হাজৰিকা আৰু কাৰ্বি আংলং স্বায়িত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.