চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ দাবী দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ

By

Published : Sep 13, 2021, 8:32 PM IST

thumbnail

৮ ছেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবে বিভাগীয় মন্ত্ৰী, আৰু বিষয়ববীয়া সকলক উদ্দেশ্য কৰি সংবাদ মেল যোগে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্থাপন দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ । অনাগত দিনত যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিভাগীয় কৰ্মকৰ্তা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সংগঠনটোৱে । সোমবাৰে দিছপুৰ প্ৰেছক্লাৱৰ আয়োজিত সংবাদমেলত দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে 4 বছৰত মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণ সম্পূৰ্ণ হোৱা নোহোৱাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰে ৷ সবিশেষ চাওঁ আহক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.