আই আৰু নাঙলভাঙা নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি; যোগাযোগ ব্যাহত

By

Published : Oct 20, 2021, 4:25 PM IST

Updated : Oct 20, 2021, 6:50 PM IST

thumbnail

অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে আই আৰু নাঙলভাঙা নৈৰ জলস্তৰ ৷ ব্যাহত হৈ পৰিছে নাঙলভাঙা, আমটেকা, ঔগুৰি, পাটাবাৰী আদি অঞ্চলৰ যোগাযোগ ব্যৱস্থা ৷ দুদিন ধৰি ধাৰাষাৰ বৰষুণৰ ফলত ভূটানৰ পৰা নামি অহা পানীয়ে বৃদ্ধি কৰিছে নদী দুখনৰ জলস্তৰ ৷ বাঢ়নী পানীয়ে উটুৱাই নিলে মাদাৰপুৰ আৰু নাঙলভাঙাৰ বাঁহৰ দলং ৷ দুদিন পূৰ্বে নিৰ্মাণ কৰা হৈছিল দলংখন ৷ উল্লেখ্য যে, বাৰিষা নাৱেৰে আৰু খৰালি বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত কৰে অঞ্চলকেইটাৰ ৰাইজে ৷

Last Updated : Oct 20, 2021, 6:50 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.