AASU workers arrested in Dibrugarh : শ্বেতাংক মিশ্ৰা আৰু অতুল বৰাৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে আছু

By

Published : Dec 29, 2021, 9:05 PM IST

thumbnail

ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি যোৱা 24 ডিচেম্বৰত কাজিয়াৰ সূত্ৰপাত হয় সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ছাত্ৰ পৰিষদৰ মাজত (College election clash between AASU and ACP) ৷ তাৰ পাচতেই ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা(Dibrugarh Police SP Shwetank Mishra) আৰু তেওঁৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে প্ৰায় 15 গৰাকী আছুৰ সদস্যক আটক কৰে ৷ ইয়াৰে পাঁচজনক ইতিমধ্যে জেল হজোতলৈও প্ৰেৰণ কৰা হৈছে (AASU workers sent to jail in Dibrugarh)৷ বুধবাৰে এই ঘটনাৰ প্ৰতিবাদত ৰাজ্যজুৰি দেখা গ’ল আছুৰ প্ৰতিবাদী কাৰ্যসূচী (AASU stages state wide protests against alleged Dibrugarh police atrocities)৷ কি উজনি কি নামনি ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ-দক্ষিণ দুয়োপাৰৰ আছু কৰ্মী সকলে জিলাই জিলাই প্ৰতিবাদ জনাই আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.