মাটিৰ দালালি কৰাৰ অভিযোগত বজালীত 17 জনক আটক

By

Published : Sep 21, 2021, 5:42 PM IST

thumbnail

মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ হোৱাৰ পিছতে অভিযান তীব্ৰতৰ কৰিছে বজালী আৰক্ষীয়ে । ইতিমধ্যে বজালী জিলাৰ প্ৰায় ১৭ জন লোকক মাটিৰ দালালি কৰাৰ অভিযোগত পাটাছাৰকুছি থানালৈ সোধ-পোচ বাবে আটক কৰি অনা হৈছে ৷ বজালী অতিৰিক্ত আৰক্ষীৰ অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি সোধ-পোচ কৰিবলৈ অনা ব্যক্তি কেইগৰাকীৰ ঘৰতো তালাচী অভিযান চলাব প্ৰশাসনৰ লোকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.